ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতিৰ শপত গ্ৰহণত ভাৰতৰ প্ৰতিনিধিত্ব কৰিব পবিত্ৰ মাৰ্ঘেৰিটা

ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতিৰ শপত গ্ৰহণত ভাৰতৰ প্ৰতিনিধিত্ব কৰিব পবিত্ৰ মাৰ্ঘেৰিটা

ত্ৰিপুৰাৰ চৰকাৰী কাৰ্যসূচীত ব্যস্ত থকা ভাৰতৰ বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা আজি নতুন দিল্লীত উপস্থিত হৈ ৰাতিপুৱাই ইণ্ডোনেছিয়াৰ উদ্দেশ্যে ৰাওনা হ'ব। তেওঁ ইণ্ডোনেছিয়াৰ নৱ-নিৰ্বাচিত ৰাষ্ট্ৰপতি প্ৰব'ৱো চুবিয়ান্তোৰ অহা ২০ অক্টোবৰত অনুষ্ঠিত হ’বলগীয়া শপতগ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰি ভাৰতৰ হৈ প্ৰতিনিধিত্ব কৰিব। উল্লেখযোগ্য যে এই বৰ্ষত ভাৰত আৰু ইণ্ডোনেছিয়াৰ কুটনৈতিক সম্পৰ্কৰ ৭৫ বছৰ পূৰ্ণ হৈছে, যি সম্পর্ক আৰু উন্নয়নমূলক সহযোগিতাৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব বহন কৰে।

Pavitra Margherita to Represent India at the Inauguration of Indonesia's Newly Elected President

Ashim Das

Editor of Howly Digital Media network

Previous Post Next Post

Ad

Magspot Blogger Template

Ads

Magspot Blogger Template

نموذج الاتصال