দিহিংচাং বহুমুখী সমবায় সমিতিৰ উদ্যোগত আৰু বৃহত্তৰ টিংখাঙৰ কৃষিজীৱী ৰাইজৰ সহযোগত টিংখাঙৰ নখাট লেঙেৰী পথাৰত আয়োজিত কাতি বিহু পালন অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। কাতি বিহুৰ পৰম্পৰা আৰু কৃষিজীৱীসকলৰ জীৱনশৈলীৰ সৈতে জড়িত এই অনুষ্ঠানত মন্ত্ৰীগৰাকীয়ে প্ৰকৃতি আৰু খেতিপথাৰক সংৰক্ষণৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ এই পৰম্পৰাৰ সংহতি আৰু কৃষি সংস্কৃতিক জাতীয় পৰ্যায়ত অধিক প্ৰচাৰ কৰাৰ আহ্বান জনায়।
ডিব্ৰুগড়ত কাতি বিহুৰ পৰম্পৰা পালন: কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপস্থিতি
byAshim Das
-
0