আজিৰ ৯৭ সংখ্যক হাউলী ৰাস মহোৎসৱৰ মীনা বজাৰ ডাক হাউলী ৰাস মন্দিৰ প্ৰাঙ্গণত সফলতাৰে সম্পন্ন হয়। এই মীনা বজাৰৰ আয়োজনৰ বাবে কলকাতাৰ বিখ্যাত বি.বি.এন্টাৰপ্ৰাইজ প্ৰতিষ্ঠানে চুক্তি স্বাক্ষৰ কৰে। ৯৭ বছৰীয়া ঐতিহ্যৰ এই ৰাস মহোৎসৱত মীনা বজাৰ বিশেষ আকর্ষণৰ কেন্দ্ৰ হিচাপে পৰিণত হৈছে।
The 97th Howly Raas Mahotsav's Meena Bazaar auction was successfully held at the premises of Howly Raas Mandir today. Kolkata-based renowned enterprise B.B. Enterprise signed the contract for organizing this year’s Meena Bazaar. This Meena Bazaar has become a central attraction in the long-standing 97-year-old tradition of the Raas Mahotsav.
#howlydigital #howlyculture #howlyraas2024