মাৰ্ঘেৰিটাত শোকাৱহ ঘটনা! মাতৃৰ হাতে পাঁচ বছৰীয়া শিশুৰ হত্যা | Mother Arrested for Alleged Murder of 5-Year-Old Son

Mother Arrested for Alleged Murder of 5-Year-Old Son
মাৰ্ঘেৰিটাত সংঘটিত হৈছে এক শোকাৱহ ঘটনা, য'ত পুত্ৰক হত্যাৰ অভিযোগত আটক হৈছে মাতৃ। সুপ্ৰিয়া ভট্টাচাৰ্য নামৰ মহিলাগৰাকী নিজৰ পাঁচ বছৰীয়া সন্তানক পৰিকল্পিতভাৱে হত্যা কৰাৰ অভিযোগত মাৰ্ঘেৰিটা আৰক্ষীৰ দ্বাৰা আটক হৈছে। এই ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

ঘটনা অনুসৰি, দুৰ্গা পূজাৰ নৱমীৰ দিনা এটি কণমানি শিশু নিৰুদ্দেশ হৈছিল। ১১ অক্টোবৰত পুৰণি ৰামকৃষ্ণ বিদ্যাপীঠৰ সমীপৰ পৰা মহিলা গৰাকীয়ে মাৰ্ঘেৰিটা থানাত সন্তান নিৰুদ্দেশৰ এজাহাৰ দাখিল কৰিছিল। কিন্তু তদন্তৰ পিছতেই নিৰুদ্দেশ হোৱা শিশুটিৰ মৃতদেহ উদ্ধাৰ কৰা হয়, যাৰ ফলত ঘটনাই এক ভয়ংকৰ মোড় লৈছে।

Ashim Das

Editor of Howly Digital Media network

Previous Post Next Post

Ad

Magspot Blogger Template

Ads

Magspot Blogger Template

نموذج الاتصال