আপুনি চাহৰ সৈতে বিস্কুট খাই নেকি? এতিয়াই চাহ খোৱা বন্ধ ক​ৰক ? নহলে ?!!


আপুনি চাহৰ সৈতে বিস্কুট খাই নেকি? ই আপোনাৰ শৰীৰৰ ওপৰত কিমান ক্ষতিকাৰক প্ৰভাৱ পেলাইছে জানেনে? অসমৰ বহু মানুহৰ বাবে চাহ এটা প্ৰিয় পানীয়, বিশেষকৈ গাখীৰ দিয়া চাহৰ লগত বিস্কুটৰ অভ্যাস হৈছে সাধাৰণ। পুৱা বা সন্ধিয়া সময়ত বহু লোকে চাহৰ সৈতে বিস্কুট খায়। কিন্তু চাহৰ লগত বিস্কুট খোৱাটো আপচাৰিকভাৱে স্বাস্থ্যকৰ নেকি? মাদ্ৰাজ মেডিকেল কলেজৰ চিকিৎসক ডঃ প্ৰীতম মুনৰ মতে, ‘বিস্কুট আৰু কুকিজ ময়দাৰে তৈয়াৰ কৰা হয় আৰু এই ময়দা আমাৰ শৰীৰৰ বাবে ক্ষতিকাৰক।’ ময়দা আৰু চেনিৰে তৈয়াৰ হোৱা এই বিস্কুটবোৰত প্ৰায় কোনো পুষ্টিগুণ নাই। অধিক বিস্কুট খালে ওজন বৃদ্ধি হোৱাৰ সম্ভাৱনা থাকে আৰু এই খাদ্যত ভিটামিন, খনিজ আদি উপাদানৰ অভাৱ থাকে।


তদুপৰি, বিস্কুটৰ লগত চাহ খালে বিভিন্ন স্বাস্থ্য সমস্যা উদ্ভৱ হ’ব পাৰে। চাহৰ লগত বিস্কুট খোৱাৰ ফলত পাকস্থলীত টেনিনৰ প্ৰভাৱত বদহজম আৰু বুকুৰ জ্বলা-পোৰা কৰা সমস্যাসমূহৰ সৃষ্টি হ’ব পাৰে। বিস্কুটত থকা উচ্চ পৰিমাণৰ চেনিৰ বাবে এই খাদ্য আপোনাৰ ৰক্তত শৰ্কৰাৰ পৰিমাণ বাঢ়াই দিয়ে, যাৰ ফলত তেজত গোপনে শৰ্কৰাৰ পৰিমাণ বাঢ়ি যায়।


 লগতে, বিস্কুটৰ টুকুৰা দাঁতত লেগা থাকে, যাৰ পৰা দাঁতৰ ক্ষয় আৰু সংক্ৰমণৰ সম্ভাৱনা বৃদ্ধি পায়। সেয়ে চিকিৎসকে পৰামৰ্শ দিয়ে যে চাহৰ লগত বিস্কুট খোৱাৰ অভ্যাস ত্যাগ কৰা উচিত।

Previous Post Next Post

Ad

Magspot Blogger Template

Ads

Magspot Blogger Template

نموذج الاتصال