আজি হাউলীৰ হনুমান মন্দিৰত বাৰ্ষিক পূজা উৎসৱ উপলক্ষে এক ধৰ্মীয় শোভাযাত্ৰা আয়োজন কৰা হয়। শোভাযাত্ৰাৰ শুভ উদ্বোধন কৰে ভাষিক সংখ্যালঘু পৰিষদ, অসমৰ অধ্যক্ষ শিলাদিত্য দেৱে। বৰ্ণাঢ্য শোভাযাত্ৰা কৰায়ত্ত কৰি হাউলীৰ জনতাই উল্লাসৰ মাজেৰে এই ধৰ্মীয় অনুষ্ঠানক উৎযাপন কৰে। হনুমান মন্দিৰৰ শোভাযাত্রাত স্থানীয় লোকসকলৰ অংশগ্ৰহণে উৎসৱৰ মাহলুকিৰে অঞ্চলটোৰ বায়ুমণ্ডল সৌম্য কৰি তোলে। #howlydigital