মাত্ৰ ১০ মিনিটতে হ’ব অসমত গাড়ীৰ ফিটনেছ টেষ্ট! Car fitness test in Assam will be done in just 10 minutes

Automated Car Fitness Centre
কামৰূপৰ কেন্দুকোনাত মুকলি হৈছে উত্তৰ-পূবৰ প্ৰথমটো অটোমেটেড গাড়ীৰ ফিটনেছ পৰীক্ষা কেন্দ্ৰ। অসম চৰকাৰৰ পৰিবহণ বিভাগৰ দ্বাৰা অনুমোদিত এই কেন্দ্ৰত কেৱল ১০ মিনিটৰ ভিতৰত গাড়ীৰ সম্পূৰ্ণ বডীৰ ফিটনেছ পৰীক্ষা কৰাৰ ব্যৱস্থা আছে। ইয়াত গাড়ীৰ প্ৰদূষণ, দ্ৰুতগতি, গতিৰোধ আৰু পোহৰৰ পৰীক্ষা আধুনিক প্ৰযুক্তিৰে কৰা হয়, যি সময়ৰ বাবেও কম লাগে। এই কেন্দ্ৰত ভাৰতৰ যিকোনো ঠাইৰ পঞ্জীয়নভুক্ত গাড়ীৰ পৰীক্ষা কৰা যায়। প্ৰতিদিনে প্ৰায় ৮০-১০০খন গাড়ীৰ পৰীক্ষা কৰা সক্ষমতা থকা এই কেন্দ্ৰটোৱে অত্যাধুনিক সা-সামগ্ৰী আৰু কম মূল্যৰ সৈতে সেবা প্ৰদান কৰে।

Ashim Das

Editor of Howly Digital Media network

Previous Post Next Post

Ad

Magspot Blogger Template

Ads

Magspot Blogger Template

نموذج الاتصال