দুৰ্গোৎসৱৰ সামৰণি পৰাৰ লগে লগে ৰাজ্যজুৰি লক্ষ্মী পূজাৰ ব্যাপক প্ৰস্তুতি চলিছে। নলবাৰীৰ টিহুতো সমিতিখনে বিশেষ জাঁকজমকপূৰ্ণ কাৰ্যসূচীৰে লক্ষ্মী পূজাৰ মহাৰজত জয়ন্তী উদযাপন কৰিবলৈ সাজু হৈছে। ১৬ অক্টোবৰৰ পৰা আৰম্ভ হোৱা এই পূজাটো ৫ দিন ধৰি অনুষ্ঠিত হ’ব। উদযাপন সমিতিৰ সকলো সদস্যেই সম্পূৰ্ণ প্ৰস্তুত, পূজাৰ ঠাইখন শ্ৰুতিমধুৰভাৱে সজাই তোলা হৈছে আৰু অঞ্চলটোত উৎসৱৰ জোৱাৰ বিৰাজমান।
নলবাৰীৰ টিহুত জাঁকজমকপূৰ্ণ কাৰ্যসূচীৰে পালন কৰা হ’ব লক্ষ্মী পূজাৰ মহাৰজত জয়ন্তী, সাজু হৈছে সকলো
byAshim Das
-
0