৯৭ সংখ্যক হাউলী ৰাস মহোৎসৱৰ লগত সংগতি ৰাখি, হাউলী ৰাস মন্দিৰ প্ৰাঙ্গনত প্ৰজ্ঞা বৰপেটা জিলাৰ সৌজন্যত এখনি বিশেষ আধ্যাত্মিক প্ৰদৰ্শনীৰ আয়োজন কৰা হৈছে। এই প্ৰদৰ্শনী "ভাৰতৰ গৌৰৱোজ্জ্বল ইতিহাস, বৈভৱময় সংস্কৃতি আৰু হাউলীৰ ঐতিহ্য" শীৰ্ষক এই আয়োজন ১৫ নবেম্বৰ আবেলি ৭.০০ বজাত আৰম্ভ হ'ব। প্ৰদৰ্শনীৰ দ্বাৰ মুকলি কৰি উদ্বোধন কৰিব অসমৰ জনপ্ৰিয় অভিনেতা প্ৰাঞ্জল শইকীয়াই। আয়োজকসকলে সকলোকে উপস্থিত থাকি অনুষ্ঠানটি সফল কৰিবলৈ আহ্বান জনাইছে।
In celebration of the 97th Howly Raas Mahotsav, an exclusive spiritual exhibition titled "India's Glorious History, Resplendent Culture, and the Heritage of Howly" is being organized at the Howly Raas Mandir grounds, sponsored by Pragya Barpeta District. The exhibition will be inaugurated on November 15 at 7:00 p.m. by Assam’s esteemed actor, Pranjal Saikia. The organizers have warmly invited everyone to attend and support the event.
#howlydigital #howlyraasmahotsav2024 #howlyculture #howlyrashmohotsav #howly