১২ বছৰ ধৰি ছাৰ্জিকেল কেঁচী পেটত | Woman Carried Surgical Scissor in Abdomen for 12 Years

আচৰিত ঘটনাৰ সন্মুখীন হৈছে ছিকিমত এগৰাকী মহিলা। মহিলাগৰাকীয়ে ১২ বছৰ ধৰি পেটত এখন ছাৰ্জিকেল কেঁচী কঢ়িয়াই লৈ ফুৰিছিল, যিটো ধৰা পৰিছিল কেৱল ৮ অক্টোবৰত হোৱা ডাঙৰ অস্ত্ৰোপচাৰৰ সময়ত। ২০১২ চনত এছটিএনএম চিকিৎসালয়ত হোৱা এপেণ্ডিক্সৰ অস্ত্ৰোপচাৰৰ সময়ত এই কেঁচীখন ৰৈ গৈছিল। মহিলাগৰাকীয়ে অস্ত্ৰোপচাৰৰ পিছত তীব্ৰ পেটৰ বিষত ভুগিছিল, যদিও ১২ বছৰৰ ধৰি কেঁচী সোমাই থকা কথাটো কোৱা নহ'ল।অৱশেষত, ১২ বছৰৰ পিছত মহিলাগৰাকীৰ পেটৰ পৰা কেঁচীখন অস্ত্ৰোপচাৰে উলিওৱা হয় আৰু বৰ্তমান তেওঁ সুস্থিৰ অৱস্থাত আছে। এই ঘটনাই চিকিৎসালয়ৰ দায়িত্ববোধ আৰু চিকিৎসকৰ দ্বায়িত্বক লৈ প্ৰশ্ন তুলিছে।

In an amazing incident, a Sikkim woman had a surgical scissor that was staying in her abdomen for 12 years without any kind of medical condition. The bizarre occurrence came to light on October 8, when she underwent a major surgery at STNM Hospital. She was carrying the surgical tool since 2012 after an appendectomy. She was operated in the old STNM Hospital in the year 2012, as reported by her husband, but a few days after the surgery, she began to feel severe abdominal pain. She suffered the persistent aching pain for over the past years for any one who treated her, but no one came to realize that the source of such discomfort was a scissor left back during the surgery.

It was only 12 years later before doctors finally found the foreign object and surgically removed it from inside her. In fact, the woman's condition is now stable. The case gave many an impetus to talk about medical negligence and accountability at the hospital.

Ashim Das

Editor of Howly Digital Media network

Previous Post Next Post

Ad

Magspot Blogger Template

Ads

Magspot Blogger Template

نموذج الاتصال