HomeDaily News Atul Parchure : ৫৭ বছৰ বয়সত জনপ্ৰিয় অভিনেতা অতুল পাৰচুৰেৰ দেহাৱসান byEditorial Desk -October 14, 2024 0 অভিনেতাগৰাকীয়ে মৃত্যুৰ সময়ত ইহ সংসাৰত মাতৃ, পত্নী আৰু কন্যাক এৰি থৈ গৈছে। অভিনেতা অতুল পাৰচুৰেই জনপ্ৰিয় কমেডিয়ান কপিল শৰ্মাৰ সৈতেও কমেডী নাইট্ছত কাম কৰিছিল।মৃত্যুৰ প্ৰকৃত কাৰণ পোহৰলৈ অহা নাই। মাৰাঠী ছবি জগতৰ জনপ্ৰিয় অভিনেতাৰ লগতে বলীউদৰো চিনাকি মুখ আছিল অতুল পাৰচুৰে। শ্বাহৰুখ খানৰ ছবি ‘বিল্লু’, ছলমান খানৰ ছবি ‘পাৰ্টনাৰ’ আৰু অজয় দেৱগনৰ ‘অল দ্য বেষ্ট’ৰ দৰে ছবিত অভিনয় কৰিছিল। ইয়াৰ উপৰি তেওঁ কিউকি, ছালাম-এ-ইস্ক, কলয়ুগ, ফিৰ ভি দিল হ্যে হিন্দুস্তানী আৰু খিচড়ীৰ দৰে কেইবাখনো ছবিত অভিনয় কৰিছিল। Tags Daily News Trending Stories Facebook Twitter