অসমত বিদেশী চিনাক্তকৰণ: উচ্চতম ন্যায়ালয়ে নাগৰিকত্বৰ ভিত্তিবৰ্ষ হিচাপে ১৯৭১ বৰ্ষক প্ৰতিষ্ঠা কৰিলেSupreme Court's Historic Ruling: 1971 Established as Base Year for Identifying Foreigners in Assam


 নাগৰিকত্বৰ ভিত্তিবৰ্ষক উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দান, অসমত বিদেশী চিনাক্তকৰণৰ ভিত্তিবৰ্ষ ১৯৭১

অসম সন্মিলিত মহাসংঘৰ উদ্যোগত দাখিল কৰা নাগৰিকত্বৰ ভিত্তিবৰ্ষ সংশোধন সম্পৰ্কীয় গোচৰত উচ্চতম ন্যায়ালয়ে আজি এক ঐতিহাসিক ৰায়দান আগবঢ়ায়। মুখ্য ন্যায়াধীশ ডি. ওয়াই. চন্দ্ৰছূড়ৰ নেতৃত্বত ৫ জনীয়া পীঠে এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে। ৰায়ৰ অধীনত, অসমত বিদেশী চিনাক্তকৰণৰ বাবে ১৯৭১ বৰ্ষক ভিত্তিবৰ্ষ হিচাপে পৰিগণিত কৰা হৈছে।

এই সিদ্ধান্তৰ পিছত অসমৰ ৰাজনৈতিক, সামাজিক তথা আইনী ক্ষেত্ৰত বিশেষ প্ৰভাৱ পৰিব বুলি আশা কৰা হৈছে। সন্মিলিত মহাসংঘৰ এই পদক্ষেপ অসমবাসীৰ মাজত এক গুৰুত্বপূৰ্ণ বিষয় হিচাপে চিহ্নিত হৈছে, যি দেশৰ জাতীয় আৰু স্থানীয় পৰিসৰতো বহুচৰ্চিত হৈ উঠিছে।

Ashim Das

Editor of Howly Digital Media network

Previous Post Next Post

Ad

Magspot Blogger Template

Ads

Magspot Blogger Template

نموذج الاتصال