ইণ্ডিগ’ আৰু এয়াৰ ইণ্ডিয়াৰ বিমানত বোমাতংক

Air India Flight
ইণ্ডিগ’ আৰু এয়াৰ ইণ্ডিয়াৰ বিমানত বোমাতংক, মুম্বাইৰ পৰা যোৱা বিমানত বোমা থকাৰ ভাবুকি , পুৱা দিল্লীলৈ যোৱা এয়াৰ ইণ্ডিয়াৰ বিমানতো বোমা থকাৰ সন্দেহ কৰা হয়। মুম্বাইৰ পৰা উৰণৰ কিছুসময়ৰ পাছতে লাভ কৰে ভাবুকি।জেদ্দা আৰু মাস্কট অভিমুখী বিমানত বোমাতংক। ইণ্ডিগ’ৰ দুখন বিমানত বোমা থকাৰ খবৰ বিয়পি পৰে।

Previous Post Next Post

Ad

Magspot Blogger Template

Ads

Magspot Blogger Template

نموذج الاتصال