HomeDaily News ঐতিহাসিক ক্ষণ! প্ৰথমবাৰৰ বাবে কলম্বোত গুৰুজনাৰ ৫৭৬ সংখ্যক জন্মোৎসৱ পালন byEditorial Desk -October 15, 2024 0 কলম্বোস্থিত ভাৰতীয় উচ্চায়োগৰ সাংস্কৃতিক শাখা স্বামী বিবেকানন্দ সাংস্কৃতিক কেন্দ্ৰই আজি প্ৰথমবাৰৰ বাবে শ্ৰীলংকাত শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৬ সংখ্যক জন্মোৎসৱ পালন কৰে। এই উপলক্ষে শ্ৰীমন্ত শংকৰদেৱৰ ‘নাৰায়ণ কাহে ভকতি কৰোঁ তেৰা’ বৰগীতটি সিংহলী ভাষাত অনুবাদ কৰাৰ লগতে সিংহলী ভাষাত পৰিৱেশন কৰা হয়। Tags Daily News Trending Stories Facebook Twitter